আলোক অক্ষযমুখ্য অক্ষআলোক তন্তু

আলোক আঁহ (Assamese) [ Roman: a.lo`k a~h]
Contributed by: Bikram M Baruah on 2012-02-03
1. Physics(Material Noun-Neuter) a flexible, transparent fiber made of a pure glass (silica) not much wider than a human hair. It functions as a waveguide, or "light pipe", to transmit light between the two ends of the fiber.[ বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ৷ ইয়াক এক উকৃষ্টমানৰ তৰংগ বাহক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ৷